আস্থা - ডিচেম্বৰ ২০২০ ॥ Astha Magazine - December 2020

আস্থা কাব্যালোচনী

দ্বাবিংশতম সংখ্যা :: বছৰ- ৩ :: ডিচেম্বৰ - ২০২০



প্ৰকাশ পালে আস্থাৰ ডিচেম্বৰ ২০২০ সংখ্যা । ২০২০ বৰ্ষৰ শেষৰটো সংখ্যা হিচাপে প্ৰকাশ পোৱা এই সংখ্যাটোত আছে প্ৰবিন কবিৰ কবিতাৰ লগতে তৰুণ প্ৰজন্মৰ বহু কেইগৰাকী কবিৰ কবিতা ।  


এই সংখ্যাৰ বেটুপাত ত দেখা পোৱা নন্দিনী মিশ্ৰাক । বেটুপাত সজাই তুলিছে আস্থা বেটুপাত সম্পাদনা বিভাগে । 


আলোচনী খন পঢ়িবলৈ ক্লিক কৰক- 


Post a Comment

1 Comments