"আস্থা আলোচনী"
ফেব্ৰুৱাৰী-২০২০, সংখ্যা- ১৩, বছৰ- ২
প্ৰকাশ পালে অসমীয়া ই-কাব্যলোচনী আস্থা'ৰ নতুন সংখ্যা । প্ৰায় ৫০ টাত কৈ অধিক কবিতা/অনুভৱেৰে পৰিপূৰ্ণ এই সংখ্যাটো । আপোনালোকে এই ফেব্ৰুৱাৰী,২০২০ সংখ্যাটো নিজে চকু ফুৰাই আন দহ জনকো আলোচনী খনৰ বিষয়ে কব বুলি আমি আশাবাদী । এই সংখ্যাত মুলত নবীন,প্ৰবিন কবি সকলক একেলগে এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হৈছে ।
![]() |
| মুল বেটুপাত |
আলোচনী খন পঢ়িবলৈ তলৰ DOWNLOAD BUTTON টোত ক্লিক কৰক ।

আস্থা ই-কাব্যলোচনীয়ে আগন্তুক এপ্ৰিল মাহত দ্বিতীয় বৰ্ষ অতিক্ৰম কৰিব । সেয়েহে এই শুভ ক্ষনত আপোনালোকৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ । আগন্তুক নতুন সংখ্যা (এপ্ৰিল)ৰ বাবে আপোনালোকে অহা ১০ মাৰ্চ ৰ ভিতৰত এটা কবিতা প্ৰেৰণ কৰিবলৈ আহ্বান কৰিলোঁ । লগতে এটি শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে । কবিতা, শুভেচ্ছা সমুহ মোবাইল যোগেদি টাইপ কৰি নাম ঠিকনাৰ সৈতে নিম্নোক্ত ঠিকনাত প্ৰেৰণ কৰিব ।
What'sApp- 8724851052
Email- asthamagazine@gmail.com
ধন্যবাদ



1 Comments
আলোচনী "আস্থলৈ" শুভেচ্ছা জনালোঁ । খুব ভাল লাগিল।আশা কৰো আগলৈও এনেকৈয়ে ই অসমৰ সাহিত্য জগতত এক আলোড়নৰ সৃষ্টি কৰিব । জিতেন চন্দ্ৰ কলিতা ।
ReplyDelete