আস্থা - এপ্ৰিল - ২০২০

২০১৮ চনৰ এপ্ৰিল মাহৰ আজিৰ দিনটোত প্ৰকাশ পাইছিল 'আস্থা ই-কাব্যলোচনী' ৰ প্ৰথমটো সংখ্যা । সমুহ অসমবাসীৰ মৰম যিদৰে বৰ্তমানলৈকে আস্থা'ই পাবলৈ সক্ষম হৈ আহিছে তাৰ বাবে আস্থা পৰিয়াল যঠেষ্ট সৌভাগ্য । ভৱিষ্যতৰ প্ৰত্যেকটো দিনত সমুহ সুহৃদ শুভাকাংক্ষীৰ মৰম আমাৰ বাবে কাম্য ।  
     এই দিনটোতেই আস্থা পৰিয়াল'ৰ সৈতে জৰিত প্ৰত্যেকগৰাকী সুহৃদলৈ আমাৰ তৰফৰ ধন্যবাদ লগতে কাব্যিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ । 
   অসুখী পৃথিৱীৰ এই জটিল সময়ত আস্থাৰ বৰ্ষপূৰ্তি উৎযাপনৰ সকলো ধৰণৰ জাক জমকতা তথা অনুস্থানৰ পৰিহাৰ কৰা হৈছে । অনুগ্ৰহ কৰি সকলো ব্যক্তিয়ে ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক ।
আস্থা - এপ্ৰিল - ২০২০

আস্থা :: এপ্ৰিল :: ২০২০

পঢ়িবলৈ - 
                 

আস্থা - এপ্ৰিল - ২০২০

Post a Comment

3 Comments

  1. Aalosnikhn phri khub val lagil

    ReplyDelete
  2. নবীনৰ হাতৰ পৰশতে এইদৰেই জিলিকি থাকক আস্থা, সৰ্বাংগ সুন্দৰ হৈছে আলোচনীখন। পৰৱৰ্তী সময়লৈকে শুভেচ্ছা

    ReplyDelete
  3. আলোচনীখনৰ দীঘায়ু কামনা কৰিলো।

    ReplyDelete